ব্ৰণৰোগব্ৰততী
ব্ৰত (Assamese) [ Roman: brot]
alt: বৰত
Contributed by: Bikram M Baruah on 2007-05-25
English: oath, vow,
Assamese: অঙ্গীকাৰ, কচম, কছম, কবুল, কিৰা, কিৰিয়া, দিব্য, পণ, প্ৰতিগ্ৰহ, প্ৰতিজ্ঞা, প্ৰতিজ্ঞান, ব্ৰত, শপত, শপত-বাক্য, শপথ, সংবিদা, সত্যাৰ্পণ, সৈ, স্বীকাৰ, হলফ,
Bodo: समायलानाय,
Khasi: ka soskular,
Karbi: kapanong, Seme,
Nagamese: hopot,
Nepali: कसम, शपथ
Contributed by: Bikram M Baruah on 2007-05-25
English: fast, fasting,
Assamese: অনশন, অনাহাৰ, অভক্ষণ, অভোজন, উপবাস, নিশি পালন, নিৰাহাৰ, ব্ৰত, লঘোন, সঁযোত,
Bodo: खर, गोख्रै, गोबारै,
Mising: doma:ti ma:pe,
Garo: Chagri dongja,
Karbi: An kese,
Dimasa: Jiyahi dongyaba,
Tai: কান্ খাৱ,
Deori: লগন, হায়াচ্চা-দুমা
ব্ৰত (Assamese) [ Roman: brot]
alt: বৰত
Contributed by: Bikram M Baruah on 2007-05-25
1. (Abstract Noun) A solemn, formal declaration or promise to fulfill a pledge, often calling on God, a god, or a sacred object as witness ঈশ্বৰ, দেৱতা বা আন কোনো পৱিত্ৰ বস্তুক সাক্ষ্য কৰি কোনো সংকল্প পূৰণ কৰাৰ বাবে দিয়া আনুষ্ঠানিক ঘোষণা
Assamese: অঙ্গীকাৰ, কচম, কছম, কবুল, কিৰা, কিৰিয়া, দিব্য, পণ, প্ৰতিগ্ৰহ, প্ৰতিজ্ঞা, প্ৰতিজ্ঞান, ব্ৰত, শপত, শপত-বাক্য, শপথ, সংবিদা, সত্যাৰ্পণ, সৈ, স্বীকাৰ, হলফ,
Bodo: समायलानाय,
Khasi: ka soskular,
Karbi: kapanong, Seme,
Nagamese: hopot,
Nepali: कसम, शपथ
Contributed by: Bikram M Baruah on 2007-05-25
2. (Abstract Noun) The act or practice of abstaining from or eating very little food খাদ্য নোখোৱাকৈ থকা কাৰ্য্য|