ব্ৰহ্মমুহূৰ্ত্তব্ৰহ্মস্ফুটসিদ্ধান্ত

ব্ৰহ্মসংহতি (Assamese) [ Roman: broh.mo.xong.ho.ti]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-02-06
1. Ekasarana Dharma(Abstract Noun) After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself. শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্সংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl