ব্ৰাহ্মব্ৰাহ্মণসকলে

ব্ৰাহ্মণ (Assamese) [ Roman: brah.mon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-05
1. (Common Noun-Common) A member of the highest of the four major Hindu castes of traditional Indian society, responsible for officiating at religious rites and studying and teaching the Vedas. হিন্দু ধৰ্মৰ চাৰিটা প্ৰধান জাতিৰ ভিতৰত অতি উচ্চ জাতি আৰু সেই জাতিৰ ব্যক্তিসকল৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-07
2. Hinduism(Abstract Noun) Each Veda has been subclassified into four major text types – the Samhitas (mantras and benedictions), the Aranyakas (text on rituals, ceremonies, sacrifices and symbolic-sacrifices), the Brahmanas (commentaries on rituals, ceremonies and sacrifices), and the Upanishads (text discussing meditation, philosophy and spiritual knowledge). Some scholars add fifth category – the Upasanas (worship). প্ৰতিখন বেদ যি ৪ ধৰণৰ গ্ৰন্থৰ সমষ্টি তাৰ এখন হল ব্ৰাহ্মণ৷ ঋক, যজু, সাম, অথৰ্ব— প্ৰতিখন বেদ এটি সংহিতা (শ্লোক সংকলন), এটি ব্ৰাহ্মণ (প্ৰাৰ্থনাসমূহৰ গদ্য ব্যাখ্যা) আৰু ব্ৰাহ্মণৰ দুটি পৰিশিষ্ট— আৰণ্যক আৰু উপনিষদ—লৈ গঠিত৷
English: Brahmana,
Assamese: ব্ৰাহ্মণ