বৎবৎসল

বৎস (Assamese) [ Roman: bot.xo]
Contributed by: Atul Ch. Kakoti on 2009-09-13
1. Animal(Common Noun-Common) the young of the domestic cow or other bovine animal কম বসয়ীয়া গৰু বা তেনে কোনো জন্তু৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
2. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam). ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
English: Vamsa, Vatsa,
Assamese: বংশ, বৎস