বঢ়মথুৰিবঢ়া-টুটা

বঢ়া (Assamese) [ Roman: bo.rha.]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-03-30
1. (Verb-Trans.) To make or become greater in size, degree, or frequency. আকাৰ, মান বা সংখ্যাত বেছি কৰ্ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
2. (Verbal Adj.) comparatively higher (in value, price, quality etc.) তুলনামূলক ভাৱে উচ্চ (মূল্য, দাম, গুণমান আদিৰ ক্ষেত্ৰত)