বৰলাটবৰলুইত

বৰলীয়া (Assamese) [ Roman: bo.ro.li.ya]
Contributed by: Aklantika Saikia on 2010-07-19
1. (Common Noun-Common) a kind of insect which bores timber বৰলৰ নিচিনা কাঠত বিন্ধা কৰা এবিধ পতংগ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-17
2. Fish(Common Noun-Common) A small fresh water fish mostly found in river নদীত পোৱা এবিধ সৰু সোৱাদযুক্ত মাছ৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-17
3. River(Proper Noun-Neuter) A tributary in north Bank of Brahmaputra originating from Bhutan flowing through Nalbari district. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ৷ নলবাৰী জিলাত পুঠিমাৰি নৈৰ পশ্চিমলৈ৷ ভূটানৰ পৰা বৈ আহিছে৷
English: Baraliya,
Assamese: বৰলীয়া