ভটিণ্ডাভটিয়নি

ভটিমা (Assamese) [ Roman: bho.ti.ma]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-12-03
1. LiteratureEkasarana Dharma(Proper Noun) a series of prayers song written by Sankardev and Madhavdev. Sankardev written mainaly there type of song named Deva bhatima (panegyrics to God), Naat bhatima (for use in dramas) and Raja bhatima (panegyrics to kings) and Madhavdev written Guru Bhatima. মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গুণ-বৰ্ণনা বা স্তুতি বিষয়ক এক শ্ৰেণীৰ গীত৷ মহাপুৰুষ শংকৰদেৱে তিনিধৰণৰ ভটিমা ৰচনা কৰে৷ দেৱ ভটিমা (ভগৱানৰ স্তুতি বিষয়ক), নাট ভটিমা(অংকীয়া নাটত ব্যৱহৃত) আৰু ৰাজ ভটিমা (ৰজাৰ স্তুতি বিষয়ক) কিন্তু মাধৱদেৱে ইয়াৰ লগতে নিজৰ গুৰু শংকৰদেৱৰ গুণ বৰ্ণনা কৰি গুৰু ভটিমা ৰচনা কৰে৷
English: Bhatima,
Assamese: ভটিমা