ভবেন্দ্ৰনাথভব্য-গব্য

ভব্য (Assamese) [ Roman: bho.byo]
Contributed by: Bikram M Baruah on 2009-08-09
1. (Proper Adj.) (a person) refined in manners, well-bred and polite. ভদ্ৰ আচাৰ-ব্যৱহাৰ বিশিষ্ট (কোনো ব্যক্তি)।

Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-09-04
2. (Proper Adj.-Common &/or Masculine) of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy. বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
English: affectionate, benevolent, benign, benignant, compassionate, freehanded, generous, gentle, good-hearted, gracious, humane, kind, kind hearted, kind-hearted, merciful, tender,
Assamese: অক্ৰূৰ, উচ্চমনা, উচ্চহৃদয়, উচ্চাশয়, উদাৰ, উদাৰচিতীয়া, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, উদাৰহৃদয়, ওখ মনৰ, কাৰুণিক, কৃপানিধি, কৃপাময়, কৃপাল, কৃপালু, কৃপাশীল, কৃপাসিন্ধু, কৃপাৰ সাগৰ, কৃপাৱন্ত, কৃপাৱান, কৰুণানিধান, কৰুণানিধি, কৰুণাভিৰাম, কৰুণাময়, কৰুণাসাগৰ, চেনেহুৱা, ত্যাগবীৰ, ত্যাগশীল, ত্যাগী, দানবীৰ, দানশীল, দানী, দয়নুold , দয়ানিধি, দয়ান্বিত, দয়াপৰৱশ, দয়াময়, দয়াল, দয়ালু, দয়াশীল, দয়াৱন্ত, দয়াৱান, প্ৰশস্তচিত্ত, প্ৰশস্তহৃদয়, প্ৰেমৱন্ত, বদান্য, বহল মনৰ, বৎসল, ভব্য, মনস্বী, মনুষ্যোচিত, মহদাশয়, মহানুভৱ, মহাপ্ৰাণ, মহামতি, মহাশয়, মহোদয়, মহৎ, মানবীয়, মানুষিক, মানৱসুলভ, মানৱিক, মানৱীয়, মানৱোচিত, মুক্তহস্ত, মৰমিয়াল, সদয়, সহৃদয়, স্নেহান্বিত, হুনতি, ৰহমান, ৰহিম,
Bodo: अनसुला, सोद्रोम,
Khasi: ba jemnud,
Garo: alnamgipa, bewal namgipa,
Meeteilon: Nungshiheiba,
Karbi: ningme,
Hmar: lainatna,
Tai: ইন্ দূ,
Bangla: দয়ালু, মমতা, মায়া,
Nepali: उदार, कृपालु, दयामया, दयालु,
Deori: দয়ামই

Antonyms:

a. Proper Adj.: abusive, atrocious, barbaric, barbarous, bestial...
b. Proper Adj.-Common: inhuman, অমানবীয়, অমানুষিক, অমানুষী, মনুষ্যত্বহীন...

Different POS:

c. Adverb: kindly, কৃপা কৰি, দয়া কৰি, अननाय गोनां, म`द`द...
d. Abstract Noun: benevolence, clemency, favor, favour, generosity...
e. Abstract Noun: affection, intimacy, love, romance, অনুৰতি...