ভাভাঁকৰা

ভাঁইৰা (Assamese) [ Roman: bha~i.ra]
Contributed by: Atul Ch. Kakoti on 2009-10-31
1. Vegetables(Common Noun-Neuter) Belleric myrobalan is one of the vital fruit for prepareing the "Triphola Suran" (an ayurvedic powder) out of three fruits and its tree. It is a big evergreen and deciduous tree. এজোপা ডাঙৰ চিৰসেউজীয়া গছ আৰু ইয়াৰ গুটি ৷ আয়ুৰ্ব্বেদ শাস্ত্ৰৰ ত্ৰিফলা চূৰ্ণ তৈয়াৰীত ব্যৱহাৰ হোৱা তিনিবিধ ফলৰ এবিধ ৷