ভাদৈভানু

ভান (Assamese) [ Roman: bhan]
Contributed by: Partha P Sarmah on 2010-12-19
1. (Material Noun-Neuter) a covered vehicle, with or without side windows at the back side, that can carry goods and/or passengers. মানুহ বা বয় বস্তু নিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সৰু,/মজলীয়া গাড়ী৷ মানুহ নিয়াত ব্যৱহাৰ কৰিলে ইয়াৰ পিছ ফালটোত খিৰিকী থাকে, বয় বস্তুৰ বাবে নাথাকে৷
English: van,
Assamese: ভান, ভেন