ভূতাত্বিকভূতীয়ানী

ভূতীয়া (Assamese) [ Roman: bhu.ti.ya]
fm: ভূতীয়ানী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-24
1. (Common Noun-Masculine) a person who practices black magic especially an evil spirit. ভূত পোহা বা ভূতক বশ কৰিব পৰা আৰু যাদুবিদ্যাৰ সম্পৰ্কে ধাৰণা থকা মানুহ ৷
English: sorceress, wizard,
Assamese: ভূতীয়া,
Karbi: arkli abang,
Dimasa: sgaingjala,
Nepali: जादूगर