ভূমিকম্প লেখন যন্ত্ৰভূমিকা

ভূমিকম্পবিদ (Assamese) [ Roman: bhu.mi.kom.po.bid]
Contributed by: Aklantika Saikia on 2011-09-29
1. GeologyVegetables(Common Noun-Common) A geophysicist who studies earthquakes and the mechanical characteristics of the Earth. e.g., "The seismologists are studying the earthquake that hit Sikkim and Northeast India in September 2011". ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰা ভূতত্ববিদ৷ যেনে, "ভূমিকম্পবিদসকলে ২০১১ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতৰ চিকিম আৰু উত্তৰ-পূৱ অঞ্চলত অহা ভূমিকম্পটোৰ বিষয়ে অধ্যয়ন কৰি আছে"৷