ভেতা কানা ভেদ কৰ্

ভেদ (Assamese) [ Roman: bhed]
Contributed by: Guillaume Jacques on 2007-05-11
1. (Abstract Noun) The quality or condition or amount by which two or more items are not similar. দুই বা ততোধিক বস্তু একে নোহোৱা গুণ, অৱস্থা বা তাৰ পৰিমাণ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-11
2. (Abstract Noun) something that is beyond understanding, something that has not been explained যিটো বুজিব পৰা নাযায় বা ব্যাখ্যা কৰিব পৰা নাযায়

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-16
3. (Abstract Noun) The act of discharging waste from the body through the anus. মলদ্বাৰৰ জৰিয়তে শৰীৰৰ বৰ্জনীয় বস্তু বাহিৰ কৰি দিয়া কাৰ্য্য