ভোমোৰাগুৰিভোলা

ভোল (Assamese) [ Roman: bho`l]
Contributed by: Biraj Kumar Kakati on 2009-05-12
1. (Proper Adj.-Common) Strongly attracted due to someones/somethings merits and good characters. কোনো ব্যক্তি অথবা আন কোনো বস্তুৰ গুণত সন্তুষ্টি লাভ কৰি বৰকৈ আকৃষ্ট হোৱা ৷

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-05-24
2. Vegetables(Common Noun-Common) vine or fruit of the plant belonging to the genus luffa. The fruit is edible. The fruit may be allowed to mature so that only a network of xylems is left and then it can be used as a bathing sponge or scrub পাচলিৰূপে খোৱা লাও জাতিৰ এবিধ ফল আৰু তাৰ লতাজাতীয় গছ ৷ পূৰঠ শুকান ফলটো গা ধোৱাৰ সময়ত গা-ঘঁহা জালৰূপে ব্যৱহাৰ কৰা হয় ৷