ভ্ৰান্তভ্ৰান্তিজনক

ভ্ৰান্তি (Assamese) [ Roman: bhran.ti]
Contributed by: Biraj Kumar Kakati on 2007-12-08
1. (Abstract Noun) a deviation from accuracy or correctness; the condition of believing what is not true শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা

Contributed by: Dr. Armaan U. Muzaddadi on 2007-12-08
2. (Abstract Noun) an illusion of seeing or hearing something. চকুৰে এনে কোনো বস্তু দেখা বা কাণেৰে কোনো কথা শুনা যাৰ বাস্তৱত কোনো অস্তিত্ব নাই।