ভ্ৰান্তিহীনভ্ৰাম্যভাষ

ভ্ৰামক (Assamese) [ Roman: bhra.mok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-23
1. Animal(Common Noun) a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail. কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-28
2. (Abstract Noun) the product of a focre vertor applied to a rotating axis and the perpenticular distance from the axis of rotation to the point of application of the force. কোনো ঘূৰণ অক্ষ সাপেক্ষে বলৰ ক্ৰিয়া ৰেখাৰ পৰা অক্ষৰ লম্ব দূৰত্ব আৰু বল ভেক্টৰৰ পূৰণফল।