মংমংগলকাৰক

মংগল (Assamese) [ Roman: mong.gol]
Contributed by: Bikram M Baruah on 2006-08-30
1. (Abstract Noun) the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।

Contributed by: archana rajbongshi on 2006-08-30
2. Astronomy(Proper Noun-Common) the planet fourth in order from the sun সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-27
3. (Verbal Noun) Some type of magical work(calculation) that can predict future. ভাল বেয়া, ভূত ভবিষ্যত গণনা কৰা কাৰ্য্য৷