মকৰকেতুমকৰন্দ

মকৰধ্বজ (Assamese) [ Roman: makardhwaz]
Contributed by: Partha P Sarmah on 2007-03-31
1. (Material Noun-Neuter) something that solves all the problems of a particular situation or a medicine that cures all ailments সকলো সমস্যা সমাধান কৰিব পৰা বা যিকোনো বেমাৰ নিৰাময় কৰিব পৰা বস্তু, দৰব বা সক্ষমতা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷