মঙহ-গাঁঠিমঙহে
মঙহাল (Assamese) [ Roman: mo.ngo.hal]
alt: মঙ্গহাল
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-06-09
English: fleshy, roly poly, stout, thickset,
Assamese: আথলীয়া, গছাল, গাঁঠলু, ঢোপোকা, থম্থমীয়া, থুলন্তৰ, দলদলীয়া, দৰহা, ধমনা, ধুমা, নোদোকা, ভোকোন্দা, মঙহাল, মঙ্গহাল, মাদাপূৰ, লঠৰা, লোঠোৰা, হৃষ্টপুষ্ট,
Bodo: लोदो-लोदो मोदोम गोनां,
Mising: ji:por,
Tai: কুন্ টাম্,
Tiwa: phunga,
Deori: পিচ্চুকুন, বুতুৰা, মেগা, মেজিবা, লুদুম-দুম
Contributed by: Biraj Kumar Kakati on 2008-06-09
English: chubby, chunky, lumpy, plump, podgy, rotund, tubby,
Assamese: গাঠলু, গোল, থোপোৰা, থোলোকা, দবহা, ধেপেচা, নিপোটল, নোকোহা, নোদোকা, মঙহাল, লহৰ-পহৰ, লোদোৰ-পোদোৰ, লোদোৰা, লোধোপা, লোধোমা, লোধোৰা, সুদোল,
Bodo: बुरजा जानाय, लद्रा-लद्रि, साफ्रा-साफ्रि,
Khasi: ba bieit,
Dimasa: lodab, pongbi,
Deori: পুতুকা-কুয়াবা, মেৰি, মেৰুবা, মেৱা, লদমা-লদমি
মঙহাল (Assamese) [ Roman: mo.ngo.hal]
alt: মঙ্গহাল
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-06-09
1. (Proper Adj.-Common) having a lots of flesh. গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।
Assamese: আথলীয়া, গছাল, গাঁঠলু, ঢোপোকা, থম্থমীয়া, থুলন্তৰ, দলদলীয়া, দৰহা, ধমনা, ধুমা, নোদোকা, ভোকোন্দা, মঙহাল, মঙ্গহাল, মাদাপূৰ, লঠৰা, লোঠোৰা, হৃষ্টপুষ্ট,
Bodo: लोदो-लोदो मोदोम गोनां,
Mising: ji:por,
Tai: কুন্ টাম্,
Tiwa: phunga,
Deori: পিচ্চুকুন, বুতুৰা, মেগা, মেজিবা, লুদুম-দুম
Contributed by: Biraj Kumar Kakati on 2008-06-09
2. (Proper Adj.-Common) of a human being or an animal having a soft, round and slightly fat body কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ