মঙ্গলদায়কমঙ্গলদৈত

মঙ্গলদৈ (Assamese) [ Roman: mo.ngol.doi]
alt: মংগলদৈ
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-16
1. River(Proper Noun-Common &/or Masculine) A tributory of Brahmaputra, originating from Himalaya flowing through Darrang district finaly meets Brahmaputra. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ৷ হিমালয়ৰ পৰা আহি দৰং জিলাৰ মাজেৰে আহি ব্ৰহ্মপুত্ৰত মিলিছে৷