মদগৰ্বমদগৰ্ব্বী

মদগৰ্বী (Assamese) [ Roman: mod.gor.bi]
alt: মতগৰ্বী
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-03-11
1. (Proper Adj.-Common) Aggressively assertive or overbearingly confident. অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।

Contributed by: Rupankar Mahanta on 2008-09-04
2. (Proper Adj.) Characterized by or exhibiting excessive vanity. আপোনাৰ মিছা যশস্যা প্ৰকাশ কৰা; নিজকে নিজে প্ৰশংসা কৰা |