মধুঘোষমধুচন্দ্রিমা

মধুচক্ৰ (Assamese) [ Roman: modhu.sok.ro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-16
1. (Abstract Noun) a strategy whereby an attractive person coerces another person into doing or revealing something; also, a person employing this strategy to entrap another এক কৌশল, যাৰ জড়িয়তে এজন সুদৰ্শন বা আকৰ্ষণীয় ব্যক্তিয়ে আন এজন ব্যক্তিক কোনো কাম কৰিবলৈ বা কোনো কথা ব্যক্ত কৰিবলৈ প্ৰণোদিত কৰে; এনে কৌশলৰ সহায়ত এজন ব্যক্তিয়ে আন এজনক কৰায়ত্তও কৰিব পাৰে৷
English: honey trap,
Assamese: মধুচক্ৰ