মধ্যযুগীয়মধ্যস্তৰ

মধ্যলয় (Assamese) [ Roman: mo.dhyo.loy]
Contributed by: Partha P Sarmah on 2011-09-29
1. Music(Abstract Noun) a medium tempo or octave (faster than vilambit but slower than the drut)in Indian classical vocal or instrumental performance, usually towards the middle of the performance. ভাৰতীয় শাস্ত্ৰীয় গায়ন বা বাদনৰ (সাধাৰণতে মাজভাগত) বিলম্বিত লয়তকৈ খৰকৈ কিন্তু দ্ৰুত লয়তকৈ লাহে লাহে তালত কৰা পৰিৱেশন বিশেষ৷