মনুষ্যত্বমনুষ্যত্বহীনতা

মনুষ্যত্বহীন (Assamese) [ Roman: mo.nu.syo.two.hin]
adv: মনুষ্যত্বহীনভাৱে
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-11-26
1. (Proper Adj.-Common) so bad or cruel that not suited for human (behavior, environment etc) এনে বেয়া বা নিষ্ঠুৰ যে মানুহৰ ক্ষেত্রত নুশুৱায় (আচাৰ-ব্যৱহাৰ, পৰিৱেশ আদি)