মনোজ্ঞামনোনিবেশ কৰ্
মনোনিবেশ (Assamese) [ Roman: mo.nu.ni.bex]
Contributed by: Benjamin Kaman on 2009-07-19
English: concentration,
Assamese: অনন্যমন, আত্মনিবেশ, একনিষ্ঠা, একাগ্ৰচিত্ততা, একাগ্ৰতা, ঐকান্তিকতা, চিত্তসংযোগ, টেলাই, তন্ময়তা, নিবিষ্টতা, নিষ্ঠা, মগ্নতা, মনোনিবেশ, মনোযোগ
মনোনিবেশ (Assamese) [ Roman: mo.nu.ni.bex]
Contributed by: Benjamin Kaman on 2009-07-19
1. (Abstract Noun) the ability or the process of thinking about without distraction and working hard in one direction. লক্ষ্যৰ পৰা অলপো বিচলিত নোহোৱাকৈ কোনো দিশত চিন্তা কৰা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সামৰ্থ্য আৰু প্ৰক্ৰিয়া