মল্ পাক্মল্ল বৰুৱা

মল্ল (Assamese) [ Roman: mol.lo]
Contributed by: Biraj Kumar Kakati on 2008-08-03
1. (Common Noun-Common &/or Masculine) A person who takes part in the sport of wrestling. অস্ত্ৰ নোলোৱাকৈ খালী হাতেৰে যুঁজ কৰা মানুহ ।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
2. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam) ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
English: Malla,
Assamese: মল্ল