মলয়া-বতাহমলয়ানিল

মলয়াচল (Assamese) [ Roman: mo.lo.ya.sol]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-07-29
1. Hill-Mountain(Proper Noun-Neuter) a range of mountains that were mentioned in the Matsya Purana, the Kurma Purana, and the epics of the Ramayana and the Mahabharata. These mountains are believed to have formed the Southernmost part of the Western Ghats, modern day Kerala. মৎস্য-পুৰাণ, কুৰ্ম-পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত উল্লেখ থকা এটা পৰ্বতৰ নাম; পশ্চিমঘাট পৰ্বত অথবা বৰ্তমানৰ কেৰেলা ৰাজ্যৰ দক্ষিণ প্ৰান্তত অৱস্থিত আছিল বুলি বিশ্বাস কৰা হয়৷