মহম্মদ ইবন বটুটামহলদাৰ

মহল (Assamese) [ Roman: mo.hol]
Contributed by: Mousumi Hazarika on 2008-03-20
1. (Material Noun-Neuter) a relatively permanent and large enclosed construction over a plot of land, having a roof and usually windows and often more than one level, used for any of a wide variety of activities, as living, entertaining, or manufacturing. সাধাৰণতে বহু খলপীয়া, ছাদ/চাল আৰু দুৱাৰ-খিৰিকি থকা, মানুহ থাকিবলৈ, আমোদ-প্ৰমোদৰ বাবে বা কোনো উত্পাদনৰ বাবে আদি বিভিন্ন কামত ব্যৱহাৰ কৰা, এক নিৰ্দিষ্ট সীমাৰ ভিতৰত সজা, আপেক্ষিকভাৱে স্থায়ী আৰু বৃহত্ ঘৰ ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-13
2. (Material Noun-Neuter) Thing forming a horizontal division,like that of floors in a building কোনো বস্তু, বিশেষকৈ অট্টালিকাৰ আনুভূমিক ভাগ বা স্তৰ একোটা
English: storey,
Assamese: তলা, মহল, মহলা