মহাকায়মহাকৃতি

মহাকুম্ভ (Assamese) [ Roman: mo.ha.kum.bho]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-05-01
1. Festival(Abstract Noun) The Kumbh Mela (sometimes specifically called Purna Kumbh or "full Kumbha"), occurs every 12 years at a given site. Ardh Kumbh ("Half Kumbh") Mela occurs between the two Purna Kumbha Melas at Prayag and Haridwar. The Maha Kumbh occurs after 12 Purna Kumbh Melas i.e. every 144 years. সাধাৰণ কুম্ভমেলা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজিত হয়৷ প্ৰতি ছয় বছৰ মূৰত হৰিদ্বাৰ আৰু প্ৰয়াগত (এলাহাবাদ) অৰ্ধকুম্ভ আয়োজিত হয়৷ প্ৰতি বাৰ বছৰৰ মূৰত প্ৰয়াগ, হৰিদ্বাৰ, উজ্জ্বয়িনী আৰু নাসিকত পূৰ্ণকুম্ভ আয়োজিত হয়৷ বাৰটা পূৰ্ণকুম্ভ অৰ্থাৎ প্ৰতি ১৪৪ বছৰৰ মূৰত প্ৰয়াগত আয়োজিত হয় মহাকুম্ভ৷