মাজুজনমাজুলী

মাজুলি (Assamese) [ Roman: ma.ju.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-22
1. (Material Noun-Neuter) seasonal island formed on a river by the alluvial materials carried by the river নদীৰ বুকুত পলস পৰি সময়ে সময়ে সৃষ্টি হোৱা দ্বীপ

মাজুলি (Bangla) [ Roman: ma.ju.li]
Contributed by: Sushanta Kar on 2010-02-05
2. Place(Proper Noun) A river island in the Brahmaputra river, in the Indian state of Assam. It is the second largest island in a freshwater body after Ilha de Marajo in the Amazon. Majuli is often erroneously mentioned as the largest river island in the world by the Indian media, the island however is the largest freshwater island in Asia. Currently Majuli occupies an area of about 421.65 km². ভাৰতীয় ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ নদত থকা এক নদী-দ্বীপ৷ আমাজনৰ ইল্হা দি মাৰাজ’ৰ পিছতে ই বিশ্বৰ দ্বিতীয় বৃহৎ নদী-দ্বীপ৷ ভাৰতীয় সংবাদ মাধ্যমত প্ৰায়েই মাজুলীক বিশ্বৰ সৰ্ববৃহৎ নদী-দ্বীপৰূপে ভুলকৈ অভিহিত কৰা হয়৷ অৱশ্যে ই এছিয়া মহাদেশৰ বৃহত্তম নদী-দ্বীপ৷ বৰ্ত্তমানে মাজুলীৰ মুঠ মাটি-কালি ৪২১.৬৫ বৰ্গ কিলোমিটাৰ৷
English: Majuli,
Assamese: মাজুলী,
Bangla: মাজুলি