মাম্পসমামৰ-প্ৰতিৰোধক

মামৰ (Assamese) [ Roman: Ma.mor]
Contributed by: Rituraj Saikia on 2006-09-08
1. (Material Noun-Neuter) red or brown oxide coating on iron or steel caused by the action of oxygen and moisture. অক্সিজেন আৰু জলীয় বাষ্পৰ ক্ৰিয়াৰ ফলত লোৰ পৃষ্ঠত সৃষ্টি হোৱা ৰঙা বা মুগা বৰণৰ চামনি।
English: rust,
Assamese: কঁহ, ধাতু মল, মামৰ, মৰিচা, লৌহমল, সিংহান,
Mising: argom,
Khasi: sarang,
Karbi: mamor,
Nagamese: morcha,
Dimasa: haro,
Deori: মামৰ

মামৰ (Deori) [ Roman: ma.mor]
Contributed by: Himasri Das on 2023-02-13
2. (Material Noun-Neuter) red or brown oxide coating on iron or steel caused by the action of oxygen and moisture. অক্সিজেন আৰু জলীয় বাষ্পৰ ক্ৰিয়াৰ ফলত লোৰ পৃষ্ঠত সৃষ্টি হোৱা ৰঙা বা মুগা বৰণৰ চামনি।
English: rust,
Assamese: কঁহ, ধাতু মল, মামৰ, মৰিচা, লৌহমল, সিংহান,
Mising: argom,
Khasi: sarang,
Karbi: mamor,
Nagamese: morcha,
Dimasa: haro,
Deori: মামৰ