মায়ৰমাৰ কিল কৰ্

মাৰ (Assamese) [ Roman: mar]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
1. Biology(Material Noun-Neuter) Any of a group of organic compounds that includes sugars, starches, celluloses, and gums and serves as a major energy source in the diet of animals. চেনি, ষ্টাৰ্চ, চেলুল’জ আদিৰ দৰে এক প্ৰকাৰ জৈৱিক পদাৰ্থ, যি প্ৰাণীৰ আহাৰত থকা প্ৰধান শক্তিৰ উৎস।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. Religious-Mythological(Proper Noun-Masculine) Hindu god of love and erotic desire. হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
3. Sociology(Proper Noun-Neuter) Hmar is the name of one of the numerous Chin-Kuki-Mizo tribes of India, spread over a large area in the northeast. কুকি-চিন গ্ৰুপৰ অন্তৰ্ভূক্ত উত্তৰ পূৱ ভাৰতৰ এটি জনহোষ্ঠী৷
English: Hmar,
Assamese: মাৰ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-15
4. Language-Linguistics(Abstract Noun) A language belonging to the Mizo (Zo People) branch of the Tibeto-Burman family of languages. The speakers of the language are also known as Hmar কুকি-চিন গ্ৰুপৰ অন্তৰ্ভূক্ত উত্তৰ পূৱ ভাৰতৰ এটি ভাষা৷ শব্দ গ্ৰুপৰ এটা ভাষা।
English: Hmar,
Assamese: মাৰ