মাৰুতমাৰুহাৰা

মাৰুতি (Assamese) [ Roman: ma.ru.ti]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-28
1. (Common Noun-Masculine) Hanuman, known also as 'Anjaneya' (son of Anjana) is one of the most popular concepts of devotees of God (bhakti) (devotion to God) in Hinduism and one of the most important personalities in the Indian epic, the Ramayana. His most famous feat, as described in the Hindu epic scripture the Ramayana, was leading an army of monkeys to fight the demon King Ravana. বায়ু দেৱতাৰ দ্বাৰা অঞ্জনা নামে এজনী বান্দৰীৰ গৰ্ভত জন্ম হোৱা এটা বান্দৰ৷ হিন্দু ধৰ্মৰ মহাকাব্য ৰামায়ণত ৰামচন্দ্ৰৰ হৈ ৰাৱণৰ বিপক্ষে যুদ্ধ কৰে আৰু ৰাম ভক্ত হিচাপে সকলোৰে পূজনীয় হয়৷

Contributed by: Bikram M Baruah on 2022-04-08
2. Business-Commerce-Economics(Material Noun-Neuter) An Indian car brand with largest market share in India. ভাৰতৰ এটা জনপ্ৰিয় গাড়ীৰ মাৰ্কা
English: Maruti,
Assamese: মাৰুতি