মুখ্য সেনাপতিমুখ্যমন্ত্ৰী

মুখ্যতঃ (Assamese) [ Roman: mu.khyo.toh]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-04-24
1. (Adverb) for the most part; in the main; to the greatest extent. কোনো বিষয়ৰ প্ৰধান বা শ্ৰেষ্ঠ অংশ ৰূপে

Contributed by: Bikram M Baruah on 2012-10-14
2. (Adverb) In a special manner; uniquely and characteristically different from others. কিবা এক বিশেষ ধৰণে; অইনবোৰতকৈ অলপ বেলেগ ধৰণেৰে |