মেকমেকং নৈ

মেকং (Assamese) [ Roman: me.kong]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-24
1. River(Proper Noun-Neuter) The Mekong is a trans-boundary river in Southeast Asia. It is the world's 12th-longest river and the 7th-longest in Asia. Its estimated length is 4,350 km, and it drains an area of 795,000 km², discharging 457 km³ of water annually দক্ষিণ পূব এচিয়াৰ বহু কেইখন দেশৰ মাজেৰে বৈ যোৱা এখন দীঘল নদী৷ এচিয়াৰ ৭ম পৃথিৱীৰ ১২শ দৈৰ্ঘ্য৷ চীন, ম্যানমাৰ, লাওচ, ভিয়েটনাম, কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজেদি বৈ গৈছে৷