মেগৰামেঘ মল্লাৰ

মেঘ (Assamese) [ Roman: megh]
Contributed by: Biraj Kumar Kakati on 2006-10-03
1. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-10-03
2. (Material Noun-Neuter) black cloud formed before a rain or storm বৰষুণ বা ধুমুহাৰ আগেয়ে আকাশত গোট খোৱা ক’লা ডাৱৰ

মেঘ (Bishnupriya Manipuri) [ Roman: megh]
Contributed by: Anjali Sonowal on 2008-12-02
3. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি

মেঘ (Bangla)
4. (Material Noun-Neuter) black cloud formed before a rain or storm বৰষুণ বা ধুমুহাৰ আগেয়ে আকাশত গোট খোৱা ক’লা ডাৱৰ