মেটিনিমেটুৰা মেটুৰ

মেটুৰা (Assamese) [ Roman: me.tu.ra]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-10-28
1. Medical Science(Material Noun-Neuter) an abnormal enlargement or protuberance, as that resulting from edema, injury or infection etc. দেহৰ কোনো অংশ পানী জমা হোৱা, আঘাত, বীজাণুৰ সংক্ৰমণ আদিৰ ফলত অস্বাভাৱিক ভাৱে ফুলি উঠা।