মেৰুটা-মেৰুটিমেৰুদণ্ড

মেৰুণ (Assamese) [ Roman: me.run]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-20
1. Medical Science(Material Noun-Neuter) an abnormal enlargement or protuberance, as that resulting from edema, injury or infection etc. দেহৰ কোনো অংশ পানী জমা হোৱা, আঘাত, বীজাণুৰ সংক্ৰমণ আদিৰ ফলত অস্বাভাৱিক ভাৱে ফুলি উঠা।