মৰীচিকামৰু

মৰীয়া (Assamese) [ Roman: mo.riya]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-05-16
1. (Abstract Noun) Widespread occurrence of a disease in a community at a particular time. কোনো এক সময়ত এটা জন-সম্প্ৰদায়ৰ মাজত বহুলভাৱে সংক্ৰমিত ৰোগ একোটাক মহামাৰী বোলে।

Contributed by: Biraj Kumar Kakati on 2008-05-16
2. (Common Noun-Common &/or Masculine) A person who makes articles of brass; a class of Mohammedans who makes brass vessels in Assam. পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা এক শ্ৰেণীৰ লোক; পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা অসমৰ এক শ্ৰেণীৰ মুছলমান |