যত্নেৰেযত্নৱান
যত্নৱন্ত (Assamese) [ Roman: jot.no.wo.nto]
alt: যত্নবন্ত
Contributed by: Prasenjit Khanikar on 2008-03-20
English: assiduous, diligent, fastidious, meticulous, sedulous,
Assamese: দোষদৰ্শী, প্ৰয়াসী, মননধৰ্মী, মননশীল, মনোযোগী, যত্নপৰ, যত্নপৰায়ণ, যত্নশীল, যত্নৱন্ত, যত্নৱান, সচেষ্ট, সূক্ষ্মগ্ৰাহী, সূক্ষ্মদৰ্শী,
Bodo: मावथि,
Khasi: bniah,
Karbi: mesen le, meso so
Contributed by: Prasenjit Khanikar on 2008-03-20
English: diligent, hard-working, industrious, laborious, operose,
Assamese: অনলস, আয়াসী, উদ্যোগী, কামিলা, ক্ৰিয়াপৰ, কৰীয়া, কৰ্মণ্য, কৰ্মদক্ষ, কৰ্মশালী, কৰ্মিষ্ঠ, কৰ্ম্মণ্য, কৰ্ম্মশীল, কৰ্ম্মিষ্ঠ, খাটিখোৱা, জিতশ্ৰম, দুখকাৰী, পৰিশ্ৰমী, মেহনতকাৰী, মেহনতী, যত্নৱন্ত, যত্নৱান, শ্ৰমকাৰী, শ্ৰমনিষ্ঠ, শ্ৰমশীল,
Bodo: माउथि,
Garo: gong.gipa,
Meeteilon: nomba kanba,
Dimasa: dangbah raobi
যত্নৱন্ত (Assamese) [ Roman: jot.no.wo.nto]
alt: যত্নবন্ত
Contributed by: Prasenjit Khanikar on 2008-03-20
1. (Proper Adj.-Common) possessing carefulness. extremely careful and precise. অতি সাৱধান বা যত্ন লৈ কৰা৷
Assamese: দোষদৰ্শী, প্ৰয়াসী, মননধৰ্মী, মননশীল, মনোযোগী, যত্নপৰ, যত্নপৰায়ণ, যত্নশীল, যত্নৱন্ত, যত্নৱান, সচেষ্ট, সূক্ষ্মগ্ৰাহী, সূক্ষ্মদৰ্শী,
Bodo: मावथि,
Khasi: bniah,
Karbi: mesen le, meso so
Contributed by: Prasenjit Khanikar on 2008-03-20
2. (Proper Adj.) able to or carry out work with great labour or effort বহু কষ্ট আৰু যত্নৰে কাম কৰিব পৰা