যথাৰীতিযথাৰ্থতা

যথাৰ্থ (Assamese) [ Roman: jo.thar.tho]
adv: যথাৰ্থভাৱে
Contributed by: ৰূপকমল on 2007-03-09
1. (Proper Adj.-Neuter) Conforming exactly with the truth or a standard সত্য বা এক নিৰ্দ্দিষ্ট মানৰ সৈতে হুবহু মিল থকা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
Ref: চন্দ্ৰকান্ত অভিধান
2. Language-Linguistics(Abstract Noun) etymological meaning of a word শব্দৰ ধাতু বা মূলৰ পৰা হোৱা অৰ্থ