যথাৰ্থপক্ষেযথেচ্ছা

যথেচ্ছ (Assamese) [ Roman: jo.thes.so]
Contributed by: Partha P Sarmah on 2011-09-06
1. (Adjective Adj.) decision, rule, practice etc. which do not seem to be based on a reason or system, e.g. language is arbitrary. কোনো যুক্তি, কাৰণ আদিক ভিত্তি নকৰি (লোৱা বা চলা)নিয়ম, সিদ্ধান্ত,ৰীতি,প্ৰথা আদি৷ভাষাৰ এটা বৈশিষ্ট হৈছে ই যাদৃচ্ছিক৷কুকুৰকনো কিয় কুকুৰ বোলা হয়, মেকুৰী বোলা নহ’ল তাৰ কোনো যুক্তি নাই৷