যাদু খেলযাদুকৰ

যাদু-মন্ত্ৰ (Assamese) [ Roman: ja.du-mon.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-06-13
1. (Abstract Noun) the quality of fascinating, alluring, or attracting, esp. by a combination of charm and good looks সুন্দৰ আৰু আৱেদনময় চেহেৰাৰে আনক আকৰ্ষণ বা উত্তেজিত কৰিব পৰা গুণ থকা ৷

Contributed by: Mousumi Konwar on 2023-08-22
2. (Abstract Noun) spells that are used by magicians while performing magic tricks যাদুকৰসকলে যাদুকৰী কৌশল সম্পন্ন কৰাৰ সময়ত ব্যৱহাৰ কৰা মন্ত্ৰ