যাদুবিদ্য়াযাদৃশ

যাদৃচ্ছিক (Assamese) [ Roman: ja.dri.sik]
adv: যাদৃচ্ছিকভাৱে
Contributed by: Anjali Sonowal on 2010-08-22
1. (Proper Adj.-Masculine) a person, especially a ruler, who has unlimited power over other people, and often uses it unfairly and cruelly. নিজৰ ইচ্ছামতে শাসন কৰা অত্যাচাৰী শাসকৰ শাসন ব্যৱস্থা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
2. Statistics(Proper Adj.-Neuter) of or characterizing a process of selection in which each item of a set has an equal probability of being chosen এনে এক প্ৰক্ৰিয়া, য’ত এটা সংহতিৰ প্ৰতিটো উপাদান চয়ন কৰাৰ সম্ভাৱিতা সমান

Contributed by: Partha P Sarmah on 2011-09-06
3. (Adjective Adj.) decision, rule, practice etc. which do not seem to be based on a reason or system, e.g. language is arbitrary. কোনো যুক্তি, কাৰণ আদিক ভিত্তি নকৰি (লোৱা বা চলা)নিয়ম, সিদ্ধান্ত,ৰীতি,প্ৰথা আদি৷ভাষাৰ এটা বৈশিষ্ট হৈছে ই যাদৃচ্ছিক৷কুকুৰকনো কিয় কুকুৰ বোলা হয়, মেকুৰী বোলা নহ’ল তাৰ কোনো যুক্তি নাই৷