যুক্তি-তৰ্কযুক্তিকৰ

যুক্তি-যুক্ত (Assamese) [ Roman: juk.ti-juk.to]
1. (Proper Adj.-Common) full of meaning, significance, purpose, or value অৰ্থ, গুৰুত্ব, উদ্দেশ্য বা মূল্য থকা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
2. (Proper Adj.-Common) adapted or appropriate to the purpose or circumstances প্ৰয়োজন বা পৰিস্থিতিৰ সৈতে খাপ খোৱা বা মিলা