লক্ষণলক্ষণাৱতী

লক্ষণা (Assamese) [ Roman: lo.khyo.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. Language-Linguistics(Abstract Noun) an expression in which the words are used figuratively, not in their normal literal meaning. শব্দবিলাকৰ পোন অৰ্থতকৈ বেলেগ ভাৱ বুজোৱাক লক্ষণা বোলা হয়; যেনে-গঙ্গাবাসী (গঙ্গাতীৰবাসী); সি বাঘ (বাঘৰ দৰে নিষ্ঠুৰ মানুহ); সেই গছেই নৈ (সেই গছৰ গুৰিত নৈ)৷