লাংহেলাই খুঁটা

লাই (Assamese) [ Roman: lai]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-18
1. (Abstract Noun) boldness acquired due to indulgence or weakness of someone. কাৰোবাৰ দুৰ্বলতাৰ বাবে বেয়া কাম কৰিবলৈ পোৱা উত্সাহ।

লাই (Tai) [ Roman: lai]
Contributed by: Anjali Sonowal on 2008-10-25
2. (Verbal Noun) the act of making the form, nature, content, future course, etc., of (something) different from what it is or from what it would be if left alone বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰা কাৰ্য্য