লেকেচিয়ালেকেটা

লেকেচীয়া (Assamese) [ Roman: le.ke.si.ya]
alt: লেকেচিয়া
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-27
Ref: চন্দ্ৰকান্ত অভিধান
1. (Proper Adj.) not fully developed, not being as wise and calm as people expect from one's age or experience পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা

Contributed by: Biraj Kumar Kakati on 2008-04-06
2. (Verb-Trans.) Walk impeded by some physical limitation or injury. কোনো শাৰীৰিক আঘাত বা অক্ষমতাৰ বাবে দোপ লৈ খোজ কাঢ় |