লেহেমলেহেৰা

লেহেমীয়া (Assamese) [ Roman: lehemiya]
Contributed by: Arunjyoti Das on 2011-02-21
1. (Verbal Adj.) Taking relatively long time to do a thing প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |