লোকাপবাদলোকাভাব

লোকাপাৰ (Assamese) [ Roman: lo`.ka.par]
Contributed by: Biraj Kumar Kakati on 2008-03-25
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Material Noun-Neuter) jewelery to ornament the ear; usually clipped to the earlobe or fastened through a hole in the lobe কাণত পিন্ধা সৰু অলঙ্কাৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-16
2. (Common Noun-Common) like other varieties of domesticated pigeons it is a descendants of the Rock Pigeon (Columba livia). It is characterised by a fan-shaped tail composed of 30 to 40 feathers. সাধাৰণ ঘৰচীয়া পাৰ চৰাইৰ দৰে ই কলুম্বা লিভিয়া নামৰ এক প্ৰজাতিৰ বংশধৰ ৷ ইহঁতৰ ৩০ ৰ পৰা ৪০ টা পাখিৰ বিচনীৰ আকৃতিৰ এডাল থিয় নেজ আছে ৷

Contributed by: Satyajit Nath on 2012-12-04
3. Customs(Material Noun-Neuter) A type of traditional Assamese jewelry shaped liked a pigeon পাৰ চৰাইৰ আকাৰৰ এবিধ অসমীয়া গহনা